"অনুভৱৰ এশাৰী" Read Count : 85

Category : Poems

Sub Category : N/A
মনৰ সপোনেও উৰি যাব আশাৰ বাটচৰা লৈ,
লক্ষ্যৰ ভাৱনাবোৰেও থমকি ৰয় অপেক্ষাক কোলাত থৈ।
পদুম দুচকুত ফুলা হেপাহৰ শব্দ নিয়ঁতি সুৰ তুমি,
নিয়ৰৰ হেঙুলীয়া টোপালবোৰৰ জিলিকনিও তুমি।

-শংকৰ

Comments

  • Jan 16, 2022

Log Out?

Are you sure you want to log out?