ঘৰ Read Count : 122

Category : Poems

Sub Category : N/A
কৰ্মৰত দিনটোৰ শেষত
অলস দেহটোৰ
বিশ্ৰামৰ বাবে
এখনি ঠাই আছে
য'ত 
কোনোবাই অপেক্ষাত আছে
মায়াজালৰ বন্ধনত পৰি
তালৈ খোজ লঁও |

                     ----বিতোপন

Comments

  • No Comments
Log Out?

Are you sure you want to log out?