কবিতা
Read Count : 83
Category : Poems
Sub Category : N/A
সকলোৱে লিখিছে 🖤 💔হৃদয়বিদাৰক ভাৱনাত এটিপ্ৰেমৰ কবিতা...!!মইয়ো লিখো জানা,নিশা আকোৱালি লৈ দোষৰকিছু হুমুনিয়াহ.......!!নিলাহীন আকাশ,নাই জোন, নাই তৰামাথো চকলা চকল ডাৱৰ 💙 💜 🖤 💔আৰু কিছু কলা কলা...!!💙 💜 🖤 💔
Comments
- No Comments