Category : Poems
Sub Category : N/A
তুমি বৈপ্লবী তুমি বিদ্ৰোহী..
পোহৰ পথেৰে জগত জিনা তুমি মোহময়ী, আর্তজনৰ উন্মাদ তুমি...
তুমি সাৰে থাকা, জাগি থাকা হেজাৰ ডেউকারে উৰি উৰি ভেটি ধৰা
প্রসান্তত ডুবি নিজক তুলি আনা । আজিৰ আকাশত তোমাৰ তেজ, তোমাৰ তেজ... তোমাৰ ওমাল বুকুয়েদি কেঁচা তেজৰ নৈ.. কিয় পাহৰিছা তুমিযে মূলাগাভৰু, কনকলতাৰ জীয়ৰী
সততাৰে সজোৱা,সাহসেরে বছোৱা শান্তিৰ চৰাইজনী হৈ উৰি উৰি দেখুওৱা ।
: হৰিশ দাস
Comments
- No Comments