শেষ হাঁহি
Read Count : 93
Category : Poems
Sub Category : N/A
দুখবোৰ হেৰাই আজি মাথো হাঁহিছো
সময়ৰ সতে খোজ মিলাই,
বতাহৰ হতে গতি মিলাই, কেৱল হাঁহিছো
অজুত সপোন, অনন্ত হেপাহ, ক্লান্ত হৃদয় জোনাকৰ শিখৰ চুবলৈ বুতলিছো জিলিকা তৰাবোৰ ।
কেতিয়াবা নিথৰ হৈ ৰও...... কিমান কৰুণ আছিল বোকাৰে লুতুৰি, পথাৰৰ সেই পকা আলি মুঠি মুঠি সোনোৱালী ধান ।
আইৰ চাদৰৰ আচলত কতজে ওজুতি...
: হৰিশ দাস
Comments
- No Comments