স্তব্ধতা
Read Count : 154
Category : Poems
Sub Category : N/A
হয় যদি হওক স্তব্ধ
গতিশীলতাৰ
কিনো আহে যায় ।
চৰম বিপৰ্য্যয় যাতনা
আৰুনো কি দিবা
জথৰ হৈ ৰব প্ৰাণহীণ দেহা ।
কেতিয়াও নৰয়
মোৰ অবিহনে
নিয়তিৰ পৰিক্ৰমা ।
মুকুতিৰ আবেলিত
ক্ষণে ক্ষণে বিনাই
অনুতপ্ত হিয়া ।
ক্লান্ত অৱসন্ন পথিক মই
হয় যদি হওক স্তব্ধ
জীৱন বাটৰ ।
ৰাহুল অনুৰাগ
Comments
- No Comments